বৃহস্পতিবাৰৰ পৰা প্ৰতি কেজি পিঁয়াজৰ মূল্য হ’ব ৫০ টকা! মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সিদ্ধান্ত

মূল্যবৃদ্ধিৰ বাবে পদপথৰ ব্যৱসায়ীকে দোষাৰোপ কৰা হয়।
মূল্যবৃদ্ধিৰ বাবে পদপথৰ ব্যৱসায়ীকে দোষাৰোপ কৰা হয়।
- News18 Assam
- Last Updated: November 4, 2020, 7:50 PM IST
তাৰ মাজতে বুধবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ সন্দৰ্ভত আলোচনা কৰা হয়। উপস্থিত থাকে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীও। বৈঠকত বৃহস্পতিবাৰৰ পৰা প্ৰতি কেজি পিঁয়াজৰ পাইকাৰী মূল্য ৫০ টকা নিৰ্ধাৰণ কৰা হয়। ইফালে পদপথৰ ব্যৱসায়ীকলৈ কাইলৈ পুনৰ বৈঠক অনুষ্ঠিত হ’ব বুলি জনাই যোগান মন্ত্ৰীয়ে। উক্ত বৈঠকখন অনুষ্ঠিত হ’ব উপায়ুক্তৰ কাৰ্যালয়ত।
ইফালে মূল্যবৃদ্ধিৰ বাবে পদপথৰ ব্যৱসায়ীকে দোষাৰোপ কৰা হয়।