দেশদ্ৰোহিতাৰ অপৰাধত ONGCৰ বিষয়াক গ্ৰেপ্তাৰ, কি কৰিছিল জ্ঞানদ্বীপ গগৈয়ে?

জ্ঞানদ্বীপ গগৈ ONGCৰ জুনিয়ৰ এছিছষ্টেণ্ট ৰিগমেন।

News18-Assam
Updated:June 28, 2019, 7:51 AM IST
দেশদ্ৰোহিতাৰ অপৰাধত ONGCৰ বিষয়াক গ্ৰেপ্তাৰ, কি কৰিছিল জ্ঞানদ্বীপ গগৈয়ে?
জ্ঞানদ্বীপ গগৈ ONGCৰ জুনিয়ৰ এছিছষ্টেণ্ট ৰিগমেন।
News18-Assam
Updated: June 28, 2019, 7:51 AM IST
শিৱসাগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ONGCৰ এজন বিষয়া। দেশদ্ৰোহিতাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জ্ঞানদ্বীপ গগৈ নামৰ বিষয়াজনক। জ্ঞানদ্বীপ গগৈয়ে আলফা(স্বাঃ)ৰ হৈ ছচিয়েল মিডিয়াত মুখপাত্ৰৰ দৰে কাম কৰাৰ অভিযোগ আৰক্ষীৰ। বিষয়াজনৰ বিৰুদ্ধে ৫৬৩/১৯ নম্বৰত ৰুজু কৰা হৈছে এটা গোচৰ। জ্ঞানদ্বীপ গগৈ ONGCৰ জুনিয়ৰ এছিছষ্টেণ্ট ৰিগমেন।

আৰু চাওক পৰৱৰ্তী বাতৰি