உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাজিৰঙাত বানত মাতৃহাৰা হোৱা গঁড় পোৱালী উদ্ধাৰ, CWRC ত প্ৰতিপালিত পোৱালীটো

    কাজিৰঙাত বানত মাতৃহাৰা হোৱা গঁড় পোৱালী উদ্ধাৰ, CWRC ত প্ৰতিপালিত পোৱালীটো

    বৰ্তমান পোৱালীটোৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে কেন্দ্ৰটোৰ চিকিৎসক ডাঃ প্ৰাণজিত বসুমতাৰীয়ে ৷ 

    বৰ্তমান পোৱালীটোৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে কেন্দ্ৰটোৰ চিকিৎসক ডাঃ প্ৰাণজিত বসুমতাৰীয়ে ৷ 

    বৰ্তমান পোৱালীটোৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে কেন্দ্ৰটোৰ চিকিৎসক ডাঃ প্ৰাণজিত বসুমতাৰীয়ে ৷ 

    • Share this:
    বছৰৰ দ্বিতীয়টো বানত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা প্ৰথমটো গঁড় পোৱালী অতিথি হ’ল পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ তথা প্ৰতিপালন আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ ৷ মঙলবাৰে বিয়লী অগৰাতলী বনাঞ্চলৰ সমীপৰ শুকানী গাঁৱত বানত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটা  গঁড়পোৱালী স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷



    প্ৰায় এবছৰীয়া গঁড় পোৱালীটো বৰ্তমান CWRC ত প্ৰতিপালিত হৈ আছে ৷ CWRC ৰ ডাঃ চামচুল আলি আৰু অগৰাতলীৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ নেতৃত্বত উদ্ধাৰ হয় পোৱালীটো ৷ কেন্দ্ৰটোত বিগত বানত মাতৃহাৰা হোৱা আন ৫ টা গঁড় পোৱালীও প্ৰতিপালিত হৈ আছে ৷ বৰ্তমান পোৱালীটোৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে কেন্দ্ৰটোৰ চিকিৎসক ডাঃ প্ৰাণজিত বসুমতাৰীয়ে ৷

    First published: