গুৱাহাটীত কৰ্মৰত অৱস্থাতে ডিঙি কটা গ’ল শ্ৰমিকৰ

লোৰ মেচিনৰ ব্লেডেৰে কটা গ’ল শ্ৰমিকজনৰ ডিঙি। নিহত শ্ৰমিকজনৰ ধুবুৰীৰ শুকুৰ আলী।

News18-Assam
Updated:July 1, 2019, 12:34 PM IST
গুৱাহাটীত কৰ্মৰত অৱস্থাতে ডিঙি কটা গ’ল শ্ৰমিকৰ
লোৰ মেচিনৰ ব্লেডেৰে কটা গ’ল শ্ৰমিকজনৰ ডিঙি। নিহত শ্ৰমিকজনৰ ধুবুৰীৰ শুকুৰ আলী।
News18-Assam
Updated: July 1, 2019, 12:34 PM IST
গুৱাহাটীৰ চচলত ডিঙি কটা গ’ল কৰ্মৰত এজন শ্ৰমিকৰ। লোৰ মেচিনৰ ব্লেডেৰে কটা গ’ল শ্ৰমিকজনৰ ডিঙি।



নিহত শ্ৰমিকজনৰ ধুবুৰীৰ শুকুৰ আলী। চচলৰ প্ৰিয়া এপাৰ্টমেণ্টত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি