জাপানীজ এনচেফেলাইটিছৰ আতংক, আৰু এগৰাকী মহিলাৰ মৃত্যু

মহিলাগৰাকীৰ নাম মৌচুমী শইকীয়া বৰুৱা। আজি পুৱা হাস্পতালত মৃত্যু হয় মহিলাগৰাকীৰ।

news18assam
Updated:July 11, 2019, 12:49 PM IST
জাপানীজ এনচেফেলাইটিছৰ আতংক, আৰু এগৰাকী মহিলাৰ মৃত্যু
মহিলাগৰাকীৰ নাম মৌচুমী শইকীয়া বৰুৱা। আজি পুৱা হাস্পতালত মৃত্যু হয় মহিলাগৰাকীৰ।
news18assam
Updated: July 11, 2019, 12:49 PM IST
জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু বিহপুৰীয়াৰ মহিলাৰ ৷ মহিলাগৰাকীৰ নাম মৌচুমী শইকীয়া বৰুৱা। আজি পুৱা হাস্পতালত মৃত্যু হয় মহিলাগৰাকীৰ। এগৰাকী কন্যা সন্তানৰ মাতৃ মৌচুমী ছয় মাহৰ অন্তঃসত্ত্বা আছিল ৷
আৰু চাওক পৰৱৰ্তী বাতৰি