• Home
  • »
  • News
  • »
  • assam
  • »
  • মহিলাক থানাত প্ৰহাৰ! দুধনৈ থানাৰ এগৰাকী SI আৰু এগৰাকী মহিলা কনিষ্টবলক নিলম্বন

মহিলাক থানাত প্ৰহাৰ! দুধনৈ থানাৰ এগৰাকী SI আৰু এগৰাকী মহিলা কনিষ্টবলক নিলম্বন

SI বিষ্ণু নেৱাৰ আৰু WPC মমতা যোশীক নিলম্বন কৰা হৈছে।

SI বিষ্ণু নেৱাৰ আৰু WPC মমতা যোশীক নিলম্বন কৰা হৈছে।

SI বিষ্ণু নেৱাৰ আৰু WPC মমতা যোশীক নিলম্বন কৰা হৈছে।

  • Share this:
দুধনৈ থানাৰ এগৰাকী SI আৰু এগৰাকী মহিলা কনিষ্টবলক নিলম্বন। মেঘালয়ৰ এগৰাকী মহিলাক থানাত প্ৰহাৰ কৰাৰ অভিযোগ। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত জিলা আৰক্ষী অধীক্ষকে নিলম্বন কৰে দুয়োগৰাকীকে। SI বিষ্ণু নেৱাৰ আৰু WPC মমতা যোশীক নিলম্বন কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: