BIG BREAKING : বৰপেটাত আৰু এটা জেহাদী পৰিল জালত

JMBৰ আৰু এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল বৰপেটা আৰক্ষী। পাঁচ দিনত ৫ জেহাদীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

News18-Assam
Updated:August 3, 2019, 10:19 PM IST
BIG BREAKING : বৰপেটাত আৰু এটা জেহাদী পৰিল জালত
JMBৰ আৰু এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল বৰপেটা আৰক্ষী। পাঁচ দিনত ৫ জেহাদীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে
News18-Assam
Updated: August 3, 2019, 10:19 PM IST
বৰপেটাত পুনৰ আৰক্ষীৰ জালত পৰিল জেহাদী। JMBৰ আৰু এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল বৰপেটা আৰক্ষী। পাঁচ দিনত ৫ জেহাদীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। সৰুক্ষেত্ৰীৰ চতলা গাঁৱৰ পৰা JMB সদস্য মুস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ। মুস্তাফিজুৰৰ গ্ৰেপ্তাৰৰ পিচতেই পুনৰ চৰ্চাত চতলা গাঁও। এই গাঁওখনৰ পৰাই গ্ৰেপ্তাৰ হৈছিল JMBৰ অসম মডুলাৰ ছাহানুৰ আলম ওৰফে ডাক্তৰ বাবু। অসমত JMBৰ জেহাদ বিয়পাইছিল ছাহানুৰ আলমে। ছাহানুৰ বৰ্তমান কাৰাবাস খাটি আছে কলকাতাৰ কাৰাগাৰত। JMB সন্দৰ্ভত NIA–এ চলাই আছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি