JMBৰ আৰু এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল বৰপেটা আৰক্ষী। পাঁচ দিনত ৫ জেহাদীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে
JMBৰ আৰু এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল বৰপেটা আৰক্ষী। পাঁচ দিনত ৫ জেহাদীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে
বৰপেটাত পুনৰ আৰক্ষীৰ জালত পৰিল জেহাদী। JMBৰ আৰু এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল বৰপেটা আৰক্ষী। পাঁচ দিনত ৫ জেহাদীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। সৰুক্ষেত্ৰীৰ চতলা গাঁৱৰ পৰা JMB সদস্য মুস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ। মুস্তাফিজুৰৰ গ্ৰেপ্তাৰৰ পিচতেই পুনৰ চৰ্চাত চতলা গাঁও। এই গাঁওখনৰ পৰাই গ্ৰেপ্তাৰ হৈছিল JMBৰ অসম মডুলাৰ ছাহানুৰ আলম ওৰফে ডাক্তৰ বাবু। অসমত JMBৰ জেহাদ বিয়পাইছিল ছাহানুৰ আলমে। ছাহানুৰ বৰ্তমান কাৰাবাস খাটি আছে কলকাতাৰ কাৰাগাৰত। JMB সন্দৰ্ভত NIA–এ চলাই আছে তদন্ত।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|