ৰাজ্যত পুনৰ জাপানীজ এনচেফেলাইটিছত এজনৰ মৃত্যু

কেইবাদিনো ধৰি জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ আছিল লোকজন।

News18-Assam
Updated:August 2, 2019, 12:56 PM IST
ৰাজ্যত পুনৰ জাপানীজ এনচেফেলাইটিছত এজনৰ মৃত্যু
কেইবাদিনো ধৰি জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ আছিল লোকজন।
News18-Assam
Updated: August 2, 2019, 12:56 PM IST
ৰাজ্যত অব্যাহত আছে জাপানীজ এনচেফেলাইটিছৰ সংহাৰ। এই ৰোগত আক্ৰান্ত হৈ মিছামাৰীত মৃত্যু হৈছে ৰঞ্জিত দাস নামৰ এজন লোকৰ। কেইবাদিনো ধৰি জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ আছিল লোকজন। তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন।
আৰু চাওক পৰৱৰ্তী বাতৰি