ৰাজ্যত জাপানীজ এনচেফেলাইটিছত আকৌ এজনৰ মৃত্যু

যোৰহাট মিছন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ছাত্ৰজন।

News18-Assam
Updated:August 4, 2019, 9:12 AM IST
ৰাজ্যত জাপানীজ এনচেফেলাইটিছত আকৌ এজনৰ মৃত্যু
যোৰহাট মিছন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ছাত্ৰজন।
News18-Assam
Updated: August 4, 2019, 9:12 AM IST
ৰাজ্যত অব্যাহত আছে জাপানীজ এনচেফেলাইটিছৰ সংহাৰী ৰূপ। পুনৰ এজনৰ মৃত্যু হৈছে এই ৰোগত। মৰিয়নীৰ হাঁহচৰাত জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন ছাত্ৰৰ। মৃত ছাত্ৰজনৰ নাম বিক্ৰম জ্যোতি গগৈ। যোৰহাট মিছন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ছাত্ৰজন।
আৰু চাওক পৰৱৰ্তী বাতৰি