জাপানীজ এনচেফেলাইটিছৰ মহামাৰী ৰূপ, আৰু এজনৰ মৃত্যু

এইপৰ্যন্ত ৰাজ্যত এই ৰোগত মৃত্যু হৈছে ৪৮ জন লোকৰ।

News18-Assam
Updated:July 5, 2019, 9:01 AM IST
জাপানীজ এনচেফেলাইটিছৰ মহামাৰী ৰূপ, আৰু এজনৰ মৃত্যু
এইপৰ্যন্ত ৰাজ্যত এই ৰোগত মৃত্যু হৈছে ৪৮ জন লোকৰ।
News18-Assam
Updated: July 5, 2019, 9:01 AM IST
ৰাজ্যত জাপানীজ এনচেফেলাইটিছ ৰোগে ধাৰণ কৰিছে মহামাৰীৰ ৰূপ। জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ আৰু এজনৰ মৃত্যু হৈছে। মাৰ্ঘেৰিটাৰ মাকুম কিল্লাত মৃত্যু শিল্পী অভিযান গগৈৰ। উদীয়মান লোকবাদ্য শিল্পী আছিল অভিযান গগৈ। ১১ দিন ধৰি ডিব্ৰুগড়ৰ এখন নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছিল অভিযান। এইপৰ্যন্ত ৰাজ্যত এই ৰোগত মৃত্যু হৈছে ৪৮ জন লোকৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি