ৰাজ্যত জাপানীজ এনচেফেলাইটিছৰ সংহাৰ, মৃত্যুৰ সংখ্যা ৪৬জনলৈ বৃদ্ধি

ৰাজ্যত মুঠ ৪৬জনলৈ বৃদ্ধি পালে এই ৰোগত মৃত লোকৰ সংখ্যা।

News18-Assam
Updated:July 4, 2019, 9:26 AM IST
ৰাজ্যত জাপানীজ এনচেফেলাইটিছৰ সংহাৰ, মৃত্যুৰ সংখ্যা ৪৬জনলৈ বৃদ্ধি
ৰাজ্যত মুঠ ৪৬জনলৈ বৃদ্ধি পালে এই ৰোগত মৃত লোকৰ সংখ্যা।
News18-Assam
Updated: July 4, 2019, 9:26 AM IST
ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনচেফেলাইটিছে। দৰং জিলাত এনচেফেলাইটিছত আক্ৰান্ত হৈ আৰু এজনৰ মৃত্যু হৈছে। মৃত লোকজন মোল্লাপাৰাৰ ৰহিমউদ্দিন আহমেদ। জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ GNRCত চিকিৎসাধীন হৈ আছিল লোকজন। দৰং জিলাত এই ৰোগত আক্ৰান্ত হৈ এইপৰ্যন্ত ৫জন লোকৰ মৃত্যু হৈছে। ৰাজ্যত মুঠ ৪৬জনলৈ বৃদ্ধি পালে এই ৰোগত মৃত লোকৰ সংখ্যা।
আৰু চাওক পৰৱৰ্তী বাতৰি