• Home
  • »
  • News
  • »
  • assam
  • »
  • জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ, মৰিগাঁৱত গ্ৰেপ্তাৰ হ’ল টিউচন শিক্ষক

জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ, মৰিগাঁৱত গ্ৰেপ্তাৰ হ’ল টিউচন শিক্ষক

আফছাৰুদ্দিন ভূঞাক আনচাৰুল বাংলা টীমৰ (ABT) লগত লিংক থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

আফছাৰুদ্দিন ভূঞাক আনচাৰুল বাংলা টীমৰ (ABT) লগত লিংক থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

আফছাৰুদ্দিন ভূঞাক আনচাৰুল বাংলা টীমৰ (ABT) লগত লিংক থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

  • Share this:
জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ। মৰিগাঁৱত আফছাৰুদ্দিন ভূঞা নামৰ এজনক গ্ৰেপ্তাৰ। মৰিগাঁও মিলনপুৰ নিবাসী আফছাৰুদ্দিন পেছাত এজন টিউচন শিক্ষক। বৃহস্পতিবাৰে আটক কৰা হৈছিল আফছাৰুদ্দিনক। দীৰ্ঘ সময় সোধা–পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় লোকজনক। আফছাৰুদ্দিন ভূঞাক আনচাৰুল বাংলা টীমৰ (ABT) লগত লিংক থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published: