
কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক প্ৰহাৰত জড়িত এইসকল অভিযুক্ত।
কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক প্ৰহাৰত জড়িত এইসকল অভিযুক্ত।
উদালী কাণ্ডৰ আন এটা অভিযুক্ত গ্ৰেপ্তাৰ। নিশা লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত হিলাল উদ্দিনক। উদালী কাণ্ডত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি। পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২৮ অভিযুক্তক। কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক প্ৰহাৰত জড়িত এইসকল অভিযুক্ত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|