সুৰাপানেই হ’ল কাল, যোৰহাটত এজনক নৃশংসভাৱে হত্যা

সুৰাপানৰ পিছত প্ৰথমে ৰবীন ওৰাং আৰু বীৰেন কছাৰী নামৰ দুজনৰ মাজত হৈছিল কাজিয়া, তাৰ পিছতে ৰবীন ওৰাঙৰ ঘৰত সোমাই গৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে এদল লোকে।

news18assam
Updated:May 10, 2019, 10:53 AM IST
সুৰাপানেই হ’ল কাল, যোৰহাটত এজনক নৃশংসভাৱে হত্যা
সুৰাপানৰ পিছত প্ৰথমে ৰবীন ওৰাং আৰু বীৰেন কছাৰী নামৰ দুজনৰ মাজত হৈছিল কাজিয়া, তাৰ পিছতে ৰবীন ওৰাঙৰ ঘৰত সোমাই গৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে এদল লোকে।
news18assam
Updated: May 10, 2019, 10:53 AM IST
যোৰহাটত সুৰাপানক লৈ সূত্ৰপাত হোৱা কাজিয়াৰ ভয়ংকৰ পৰিণতি। নৃশংসভাৱে হত্যা কৰা হ’ল এজনক। সুৰাপানৰ পিছত প্ৰথমে ৰবীন ওৰাং আৰু বীৰেন কছাৰী নামৰ দুজনৰ মাজত হৈছিল কাজিয়া, তাৰ পিছতে ৰবীন ওৰাঙৰ ঘৰত সোমাই গৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে এদল লোকে। উপৰ্যুপৰি আক্ৰমণত প্ৰাণ হেৰুৱালে ৰবীন ওৰাঙে। ঘটনা সন্দৰ্ভত ৰবীন ওৰাঙৰ পত্নীৰ গোচৰৰ ভিত্তিত কেইবাজন লোকক আটক কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি