মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰঙিয়াৰ পিতাম্বৰ হাটবজালীত কৰুণ ঘটনা, বৰলীয়া নৈত পিছলি পৰি এজন লোকৰ মৃত্যু

ৰঙিয়াৰ পিতাম্বৰ হাটবজালীত কৰুণ ঘটনা, বৰলীয়া নৈত পিছলি পৰি এজন লোকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:September 14, 2021, 9:35 AM IST
ৰঙিয়াৰ পিতাম্বৰ হাটবজালীত কৰুণ ঘটনা, বৰলীয়া নৈত পিছলি পৰি এজন লোকৰ মৃত্যু
ৰাইজে কেইবাঘণ্টা ধৰি চামচুদ্দিনৰ সন্ধানত অভিযান চলালে বৰলীয়া নৈত।

ৰাইজে কেইবাঘণ্টা ধৰি চামচুদ্দিনৰ সন্ধানত অভিযান চলালে বৰলীয়া নৈত।

  • News18 Assam
  • Last Updated: September 14, 2021, 9:35 AM IST
  • Share this:
ৰঙিয়াৰ পিতাম্বৰ হাটবজালীত কৰুণ ঘটনা। বৰলীয়া নৈত পিছলি পৰিল এগৰাকী বিশেষভাৱে সক্ষম লোক। পুৱতিনিশা বৰশী চাবলৈ গৈ বৰলীয়া নৈত পিছলি পৰে পিতাম্বৰ হাটবজালীৰ চামচুদ্দিন আলী (৫৫)। নৈৰ পাৰত উদ্ধাৰ হয় চামচুদ্দিন আলীৰ চেন্দেল আৰু গামোচা।

ৰাইজে কেইবাঘণ্টা ধৰি চামচুদ্দিনৰ সন্ধানত অভিযান চলালে বৰলীয়া নৈত। অৱশেষত ৫ ঘণ্টাৰ অন্ততঃ চামচুদ্দিন আহমেদৰ মৃতদেহ উদ্ধাৰ কৰিলে ৰাইজে। চামচুদ্দিনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ পিতাম্বৰ হাটবজালীত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।
Published by: Sanjay Kumar Das
First published: September 14, 2021, 9:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি