মুখ্যপৃষ্ঠা »খবৰ »অসম »Rhino Attack in Bokakhat : বোকাখাতত গঁড়ৰ আক্ৰমণত মৃত্যু এজনৰ

Rhino Attack in Bokakhat : বোকাখাতত গঁড়ৰ আক্ৰমণত মৃত্যু এজনৰ

পুৱা খেতিপথাৰলৈ গৈ থকা অৱস্থাতে আক্ৰমণ

পুৱা খেতিপথাৰলৈ গৈ থকা অৱস্থাতে আক্ৰমণ

  • Share this:
বোকাখাতৰ কুৰুৱাবাহীৰ চহলা অঞ্চলত গঁড়ৰ আক্ৰমণত এগৰাকী লোকৰ কৰুণ মৃত্যু। মৃত্যুমুখত পৰা লোকজনৰ নাম ৬০ বছৰীয়া তাৰচন চৌধুৰী বুলি  জানিব পৰা গৈছে ৷ পুৱা খেতিপথাৰলৈ গৈ থকা অৱস্থাতে বনাঞ্চলৰ পৰা আহি পথাৰত বিচৰণ কৰি থকা এটা গঁড়ে অতৰ্কিতে আক্ৰমণ কৰে। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

শেহতীয়া বাতৰি