মুখ্যপৃষ্ঠা »খবৰ »অসম »নিশা নগাঁৱত আৰক্ষীৰ গুলীচালনা, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ তেলচোৰ ইমদাদ আলী

নিশা নগাঁৱত আৰক্ষীৰ গুলীচালনা, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ তেলচোৰ ইমদাদ আলী

গোলাঘাট মেৰাপানীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমদাদক। অসমৰ বহু স্থানত তেলচুৰিৰ সৈতে জড়িত ইমদাদ আলী।

  • Share this:
নিশা নগাঁৱত আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ তেলচোৰ ইমদাদ আলী। আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল ইমদাদে।

গোলাঘাট মেৰাপানীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমদাদক। অসমৰ বহু স্থানত তেলচুৰিৰ সৈতে জড়িত ইমদাদ আলী।

নিশা উৰিয়াগাঁৱত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ইমদাদে। ভৰিত গুলীবিদ্ধ ইমদাদক নিশাই প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।

শেহতীয়া বাতৰি