• Home
  • »
  • News
  • »
  • assam
  • »
  • DIBRUGARH : ডিব্ৰুগড় চহৰৰ লালুকত গুলীচালনাৰ ঘটনা, এজন আহত

DIBRUGARH : ডিব্ৰুগড় চহৰৰ লালুকত গুলীচালনাৰ ঘটনা, এজন আহত

মটৰচাইকেলত ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত গুলীয়াই এজন ব্যক্তিক

মটৰচাইকেলত ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত গুলীয়াই এজন ব্যক্তিক

মটৰচাইকেলত ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত গুলীয়াই এজন ব্যক্তিক

  • Share this:

ডিব্ৰুগড় চহৰৰ লালুকত গুলীচালনাৰ ঘটনা। এজন ব্যক্তিক লালুকৰ এখন টায়াৰৰ দোকানৰ সন্মুখত নিচেই কাষৰ পৰা গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই।


গুলীচালনাৰ সন্মুখীন হোৱা ব্যক্তিজন সিদ্ধাৰ্থ ৰাজখোৱা। ঘটনাৰ পিছতে ব্যক্তিজন পথৰ কাষত কিছুদূৰ গৈয়ে ঢলি পৰে। মটৰচাইকেলত ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত গুলীয়াই বুলি তেওঁ প্ৰকাশ কৰে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি