ডিব্ৰুগড় চহৰৰ লালুকত গুলীচালনাৰ ঘটনা। এজন ব্যক্তিক লালুকৰ এখন টায়াৰৰ দোকানৰ সন্মুখত নিচেই কাষৰ পৰা গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই।
গুলীচালনাৰ সন্মুখীন হোৱা ব্যক্তিজন সিদ্ধাৰ্থ ৰাজখোৱা। ঘটনাৰ পিছতে ব্যক্তিজন পথৰ কাষত কিছুদূৰ গৈয়ে ঢলি পৰে। মটৰচাইকেলত ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত গুলীয়াই বুলি তেওঁ প্ৰকাশ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|