মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁৱৰ ধিঙত গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকময় পৰিস্থিতি, বন্ধ কৰিবলগীয়া হ’ল বিদ্যালয়

নগাঁৱৰ ধিঙত গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকময় পৰিস্থিতি, বন্ধ কৰিবলগীয়া হ’ল বিদ্যালয়

গঁড়টোৰ মুক্ত বিচৰণৰ বাবে বন্ধ কৰি দিয়া হয় বিদ্যালয়। বন বিভাগৰ দলে পিছত সেই স্থানৰ পৰা খেদি পঠিয়ায় গঁড়টো।

গঁড়টোৰ মুক্ত বিচৰণৰ বাবে বন্ধ কৰি দিয়া হয় বিদ্যালয়। বন বিভাগৰ দলে পিছত সেই স্থানৰ পৰা খেদি পঠিয়ায় গঁড়টো।

  • Share this:
নগাঁও জিলাৰ ধিঙত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত পবিতৰা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল গঁড়টো। ব্ৰহ্মপুত্ৰ নৈৰ কাষৰীয়া চাপৰি অঞ্চলত বুধবাৰে আতংকৰ সৃষ্টি কৰে গঁড়টোৱে। অঞ্চলটোৰ লোকসকলে ভয়ত ঘৰৰ ভিতৰত সোমাই পৰে। একাংশ স্থানীয় লোকে গঁড়টো খেদি পঠিওৱাৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়। গঁড়টোৰ মুক্ত বিচৰণৰ বাবে বন্ধ কৰি দিয়া হয় বিদ্যালয়। বন বিভাগৰ দলে পিছত সেই স্থানৰ পৰা খেদি পঠিয়ায় গঁড়টো।

শেহতীয়া বাতৰি