• Home
  • »
  • News
  • »
  • assam
  • »
  • Fancybazar : পথত টানি থোৱা ৰছীৰ লাগি এজন মৃত্যু এজনৰ

Fancybazar : পথত টানি থোৱা ৰছীৰ লাগি এজন মৃত্যু এজনৰ

এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাজপথত টানি থৈছিল ৰছী ৷

এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাজপথত টানি থৈছিল ৰছী ৷

এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাজপথত টানি থৈছিল ৰছী ৷

  • Share this:
ফাঁচীবজাৰত চাঞ্চল্যকৰ দুৰ্ঘটনা। পথৰ মাজত টানি থোৱা ৰছীত লাগি মৃত্যু এজনৰ।
প্ৰশাসনক নজনোৱাকৈ পথৰ মাজত টানি থৈছিল ৰছী।

এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাজপথত টানি থৈছিল ৰছী ৷ সেই পথেৰে আহি থকা বাইক আৰোহীৰ ডিঙিত লাগি যায় ৰছীডাল৷ লগে লগে মৃত্যু হয় বাইক আৰোহীজনৰ। মৃত্যুমুখত পৰা যুৱকজনৰ নাম অজিত ঝা নামৰ যুৱকৰ।

চট পূজাৰ প্ৰস্তুতিৰ বাবে ঘাটলৈ বন্ধুৰ সৈতে আহিছিল যুৱকজন। পুৱা ৬.৩০ বজাতে এই ঘটনা সংঘটিত হয়।  অজিত ঝাৰ ঘৰ ধীৰেনপাৰাত। লগত অহা বিকাশ নামৰ যুৱকজনো গুৰতৰভাবে আঘাতপ্ৰাপ্ত হয়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি