உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Nagaon Accident : নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী স্কৰপিঅ’ৰ খুন্দাত নিহত বাইক আৰোহী

    Nagaon Accident : নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী স্কৰপিঅ’ৰ খুন্দাত নিহত বাইক আৰোহী

    কঠিয়াতলী আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷

    কঠিয়াতলী আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷

    কঠিয়াতলী আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷

    • Share this:
    নগাঁৱৰ কঠিয়াতলীত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী স্কৰপিঅ’ বাহনৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী৷ নিহত লোকজন কঠিয়াতলীৰ নবীন নাথ বুলি জানিব পৰা গৈছে৷ নিশা বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত তীব্ৰবেগী স্কৰপিঅ’ বাহনে মহতিয়াই নিয়ে বাইক আৰোহীজনক৷ কঠিয়াতলী আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: