GMCHত ৰোগীৰ অভিভাৱকৰ মাজত মাৰপিট, এজনৰ মৃত্যু

হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা ইছলাম আলী নামৰ লোকজনক পিছত ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

News18-Assam
Updated:September 17, 2019, 1:48 PM IST
GMCHত ৰোগীৰ অভিভাৱকৰ মাজত মাৰপিট, এজনৰ মৃত্যু
হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা ইছলাম আলী নামৰ লোকজনক পিছত ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
News18-Assam
Updated: September 17, 2019, 1:48 PM IST
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পুৱতিনিশা চাঞ্চল্যকৰ ঘটনা। প্ৰসূতি বিভাগত দুই ৰোগীৰ অভিভাৱকৰ মাজত প্ৰচণ্ড মাৰপিট। এই ঘটনাত চন্দন ধৰ নামৰ এজন লোকৰ মৃত্যু হয়। মৃত চন্দন ধৰৰ ঘৰ বশিষ্ঠৰ নতুন বজাৰত। হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা ইছলাম আলী নামৰ লোকজনক পিছত ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। হাস্পতালখনত চিকিৎসাধীন হৈ থকা ইছলাম আলীৰ পত্নীৰ ওপৰত লুটি খাই পৰাৰ বাবেই চন্দন ধৰক হত্যা কৰে ইছলাম আলীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।



আৰু চাওক পৰৱৰ্তী বাতৰি