মৰিয়নীত কোভিড আক্ৰান্ত হৈ এজনৰ মৃত্যু, তিনিদিন পূৰ্বে ধৰা পৰিছিল পজিটিভ

News18 Assam | News18-Assam
Updated:May 5, 2021, 1:11 PM IST
মৰিয়নীত কোভিড আক্ৰান্ত হৈ এজনৰ মৃত্যু, তিনিদিন পূৰ্বে ধৰা পৰিছিল পজিটিভ
জে এম চি এইচত মৃত্যু হয় লোকজনৰ।

জে এম চি এইচত মৃত্যু হয় লোকজনৰ।

  • Share this:
মৰিয়নীত কোভিড আক্ৰান্ত হৈ এজনৰ মৃত্যু। মৰিয়নীৰ জয়মতী নগৰৰ দুলাল মজুমদাৰ (৬২) নামৰ ব্যক্তিজনৰ দেহত তিনিদিন পূৰ্বে ধৰা পৰিছিল কোভিড–১৯ৰ অৱস্থিতি। জে এম চি এইচত মৃত্যু হয় লোকজনৰ।
Published by: Sanjay Kumar Das
First published: May 5, 2021, 1:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি