গুৱাহাটীত নিখোজ এজন ৩৩ বছৰীয়া যুৱক

সন্ধানহীন যুৱকজনৰ নাম হ’ল ত্ৰিদীপ কুমাৰ মহন্ত। শুকুৰবাৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ গৈছিল যুৱকজন। 

News18-Assam
Updated:June 30, 2019, 10:19 AM IST
গুৱাহাটীত নিখোজ এজন ৩৩ বছৰীয়া যুৱক
সন্ধানহীন যুৱকজনৰ নাম হ’ল ত্ৰিদীপ কুমাৰ মহন্ত। শুকুৰবাৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ গৈছিল যুৱকজন। 
News18-Assam
Updated: June 30, 2019, 10:19 AM IST
মহানগৰীৰ আৰ্য নগৰৰ পৰা নিখোজ এজন ৩৩ বছৰীয়া যুৱক। সন্ধানহীন যুৱকজনৰ নাম হ’ল ত্ৰিদীপ কুমাৰ মহন্ত। শুকুৰবাৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ গৈছিল যুৱকজন। তাৰ যোৱাৰ পিছৰে পৰা ৰহস্যজনকভাৱে নিখোজ হৈছিল যুৱজন। পৰিয়ালে যুৱকজনক অপহৰণ কৰাৰ সন্দেহ। ইতিমধ্যে ভৰলুমুখ থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি