যুৱকক আক্ৰমণৰ অভিযোগত BSFৰ কৰ্নেল পুত্ৰক গ্ৰেপ্তাৰ

চেন্ট্রেল মলত বান্ধৱীৰ সৈতে পাৰ্টী কৰি থাকোতে পাৰ্থসাৰথি দে’ নামৰ যুৱকজনক আক্ৰমণ কৰে BSFৰ কৰ্নেল পুত্ৰই। 

News18-Assam
Updated:July 10, 2019, 5:21 PM IST
যুৱকক আক্ৰমণৰ অভিযোগত BSFৰ কৰ্নেল পুত্ৰক গ্ৰেপ্তাৰ
চেন্ট্রেল মলত বান্ধৱীৰ সৈতে পাৰ্টী কৰি থাকোতে পাৰ্থসাৰথি দে’ নামৰ যুৱকজনক আক্ৰমণ কৰে BSFৰ কৰ্নেল পুত্ৰই। 
News18-Assam
Updated: July 10, 2019, 5:21 PM IST
গুৱাহাটীত BSFৰ কৰ্নেল পুত্ৰক গ্ৰেপ্তাৰ। দিছপুৰ আৰক্ষীৰ জালত সিদ্ধান্ত সিং। এজন যুৱকক আক্ৰমণত অভিযুক্ত সিদ্ধান্ত। চেন্ট্রেল মলত বান্ধৱীৰ সৈতে পাৰ্টী কৰি থাকোতে পাৰ্থসাৰথি দে’ নামৰ যুৱকজনক আক্ৰমণ কৰে BSFৰ কৰ্নেল পুত্ৰই। সিদ্ধান্তৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পাৰ্থ। আহত পাৰ্থ সম্প্ৰতি GMCHত চিকিৎসাধীন।
আৰু চাওক পৰৱৰ্তী বাতৰি