• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী, জেৰা অব্যাহত

হোজাইত গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী, জেৰা অব্যাহত

শংকৰদেৱ নগৰ পহৰা চকীৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এক গোচৰ ৰুজু কৰি ধৃত গাঞ্জা বেপাৰী ৰঞ্জিত দাসক শংকৰদেৱ নগৰ পহৰা চকীত ৰাখি অব্যাহত ৰাখিছে জেৰা।

  • Share this:
হোজাইৰ বুঢ়াগাঁৱত আৰক্ষীৰ অভিযানত গাঞ্জাসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, শংকৰদেৱ নগৰ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মজিবুৰ ৰহমানে লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত বুঢ়াগাঁৱৰ ৰঞ্জিত দাস নামৰ লোকজনৰ ঘৰত গাঞ্জা বিচাৰি আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায়। অভিযান কালত আৰক্ষীয়ে ৰঞ্জিত দাস নামৰ লোকজনৰ ঘৰত লুকাই থোৱা প্ৰায় ৯০০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ৰঞ্জিত দাস  নামৰ গাঞ্জা ব্যৱসায়ীজনক।

ইতিমধ্যে শংকৰদেৱ নগৰ পহৰা চকীৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এক গোচৰ ৰুজু কৰি ধৃত গাঞ্জা বেপাৰী ৰঞ্জিত দাসক শংকৰদেৱ নগৰ পহৰা চকীত ৰাখি অব্যাহত ৰাখিছে জেৰা।
Published by:Sanjay Kumar Das
First published: