• Home
  • »
  • News
  • »
  • assam
  • »
  • কানহায়ালাল হত্যাকাণ্ডৰ পক্ষে ফেচবুকত মন্তব্য কৰি হাইলাকান্দি গ্ৰেপ্তাৰ এজন

কানহায়ালাল হত্যাকাণ্ডৰ পক্ষে ফেচবুকত মন্তব্য কৰি হাইলাকান্দি গ্ৰেপ্তাৰ এজন

বিজেপি যুব মৰ্চাৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।

বিজেপি যুব মৰ্চাৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।

বিজেপি যুব মৰ্চাৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।

  • Share this:
কানহায়ালাল হত্যাকাণ্ডৰ পক্ষে ফেচবুকত মন্তব্য কৰি হাইলাকান্দি গ্ৰেপ্তাৰ এজন লোক।বৃহস্পতিবাৰ নিশা হাইলাকান্দি জিলাৰ কাটলিছেড়া অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চামছুল লস্কৰ নামৰ লোকজনক। তেওঁ ফেচবুকত কানহায়ালালৰ হত্যাকাৰীৰ পক্ষে মন্তব্য কৰিছিল। বিজেপি যুব মৰ্চাৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।
Published by:Sanjay Kumar Das
First published: