
ডকাইতৰ আক্ৰমণত আহত হ'ল পিতাম্বৰ দাস। পিতাম্বৰ দাসৰ ঘৰ নগাঁৱৰ কঠিয়াতলিত।
ডকাইতৰ আক্ৰমণত আহত হ'ল পিতাম্বৰ দাস। পিতাম্বৰ দাসৰ ঘৰ নগাঁৱৰ কঠিয়াতলিত।
নগাঁও চহৰৰ মাজমজিয়াত দিন-দুপৰতে ডকাইতৰ সন্ত্ৰাস। নগাঁও মহাবিদ্যালয়ৰ সন্মুখত এগৰাকী বৃদ্ধক আক্ৰমণ কৰি ডকাইতে লুটি নিলে ১০ হাজাৰ টকা। পিতাম্বৰ দাস নামৰ এগৰাকী ব্যক্তিৰ পৰা ডকাইতে লুটি নিয়ে ধনখিনি।
ডকাইতৰ আক্ৰমণত আহত হ'ল পিতাম্বৰ দাস। পিতাম্বৰ দাসৰ ঘৰ নগাঁৱৰ কঠিয়াতলিত। বাইকত অহা ডকাইতৰ দলে আক্ৰমণ কৰি লোকজনৰ পৰা লুটি নিয়ে ধনখিনি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|