গোলাঘাট জংছনত নিজ কন্যাই এৰি থৈ গ’ল বৃদ্ধ মাতৃক

News18 Assam | News18-Assam
Updated:February 9, 2020, 9:52 AM IST
গোলাঘাট জংছনত নিজ কন্যাই এৰি থৈ গ’ল বৃদ্ধ মাতৃক
স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়।

স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়।

  • Share this:
গোলাঘাট জংছনত নিশা উদ্ধাৰ এগৰাকী বৃদ্ধা। ষাঠিৰোৰ্ধ্বৰ বৃদ্ধাগৰাকীক স্থানীয় লোকে প্ৰত্যক্ষ কৰি সোধা–পোছা কৰে। মহিলাগৰাকীয়ে নিজৰ নাম নমি বৰ্মন বুলি কোৱাৰ লগতে ঘৰ বিশ্বনাথ চাৰিআলিত বুলি জানিবলৈ দিয়ে। মহিলাগৰাকীয়ে কোৱা মতে, বিশ্বনাথ চাৰিআলিৰ নিবাসী নিজ কন্যাই আনি গোলাঘাট জংছনত এৰি থৈ গৈছে। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি