SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছত এইবাৰ ফাদিল অইলৰ নিযুক্তিৰ প্ৰশ্নকাকত

News18 Assam | News18-Assam
Updated:November 17, 2020, 11:11 AM IST
SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছত এইবাৰ ফাদিল অইলৰ নিযুক্তিৰ প্ৰশ্নকাকত
ভুক্তভোগী পৰীক্ষাৰ্থীসকলে সমগ্ৰ ঘটনা সৰ্ন্দভত চি আই ডিৰ তদন্তৰ দাবী তুলিলে।

ভুক্তভোগী পৰীক্ষাৰ্থীসকলে সমগ্ৰ ঘটনা সৰ্ন্দভত চি আই ডিৰ তদন্তৰ দাবী তুলিলে।

  • News18 Assam
  • Last Updated: November 17, 2020, 11:11 AM IST
  • Share this:
অইল ইণ্ডিয়া লিমিটেডৰ লিখিত পৰীক্ষাত অনিয়মৰ অভিযোগ । অইলৰ এইচ এম ভি ৩৬ টা পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ । অইলৰ লিখিত পৰীক্ষাৰ দায়িত্বত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় ।

এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে পৰীক্ষাৰ্থী সকলে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ পিচতেই ফাদিল হোৱাৰ অভিযোগ তুলিলে পৰীক্ষাৰ্থী সকলে ।

ইফালে ইতিমধ্যে ঘটনাৰ সত্য সত্যতা বিচাৰি অইলে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ জাননী প্ৰেৰণ কৰিছে যদিও ভুক্তভোগী পৰীক্ষাৰ্থীসকলে সমগ্ৰ ঘটনা সৰ্ন্দভত চি আই ডিৰ তদন্তৰ দাবী তুলিলে।
First published: November 17, 2020, 11:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading