• Home
  • »
  • News
  • »
  • assam
  • »
  • খাৰুপেটীয়াৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ, ভুৱা গোচৰ ৰুজু কৰি ধন লোৱাৰ অভিযোগ

খাৰুপেটীয়াৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ, ভুৱা গোচৰ ৰুজু কৰি ধন লোৱাৰ অভিযোগ

ভুৱা গোচৰ ৰুজু কৰি আটক কৰিছিল চিকিৎসক আৰু শিক্ষকক। দুয়োজনৰ পৰা ৫ লাখ টকা লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ।

ভুৱা গোচৰ ৰুজু কৰি আটক কৰিছিল চিকিৎসক আৰু শিক্ষকক। দুয়োজনৰ পৰা ৫ লাখ টকা লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ।

ভুৱা গোচৰ ৰুজু কৰি আটক কৰিছিল চিকিৎসক আৰু শিক্ষকক। দুয়োজনৰ পৰা ৫ লাখ টকা লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ।

  • Share this:
খাৰুপেটীয়াৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ। ভুৱা গোচৰ ৰুজু কৰি উৎকোচ লোৱাৰ অভিযোগত OC উৎপল বৰাৰ বিৰুদ্ধে। ভুৱা গোচৰ ৰুজু কৰি আটক কৰিছিল চিকিৎসক আৰু শিক্ষকক। দুয়োজনৰ পৰা ৫ লাখ টকা লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ। ধূলা থানাত কৰ্মৰত অৱস্থাত সংঘটিত হৈছিল ঘটনা।

পৰৱৰ্তী সময়ত ধূলা থানাৰ পৰা খাৰুপেটীয়া থানালৈ বদলি হৈছিল উৎপল বৰা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে OC উৎপল বৰাক। JJM আঁচনিৰ পাইপ চুৰিৰ এক ভুৱা গোচৰত লোক দুজনক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ৫ লাখ টকা বিচাৰিছিল উৎপল বৰাই। বৰ্তমান আৰক্ষী বিষয়া উৎপল বৰাক মঙলদৈ থানাত ৰখা হৈছে।
Published by:Sanjay Kumar Das
First published: