বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / হাতীৰ লগত ৰীলছ বনাবলৈ গৈছিল যুৱক ! পিছে সহ্য নহ'ল গজৰাজৰ ...

হাতীৰ লগত ৰীলছ বনাবলৈ গৈছিল যুৱক ! পিছে সহ্য নহ'ল গজৰাজৰ ...

হাতীৰ লগত ৰীলছ বনাবলৈ গৈছিল যুৱক ! পিছে সহ্য নহ'ল গজৰাজৰ ...

বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ বাবে যেন ৰীলছ  বনোৱা, ইউটিউৱত ভিডিঅ’ বনুৱা এক প্ৰতিযোগিতা হৈ পৰিছে । নুমলীগড়ত ঘৰচীয়া হাতীৰ লগত ৰীলছ বনাবলৈ গৈ এজন যুৱক আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয় ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ বাবে যেন ৰীলছ  বনোৱা, ইউটিউৱত ভিডিঅ’ বনুৱা এক প্ৰতিযোগিতা হৈ পৰিছে । নুমলীগড়ত ঘৰচীয়া হাতীৰ লগত ৰীলছ বনাবলৈ গৈ এজন যুৱক আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয় ।

যিয়ে যেনেকৈ পাৰে সকলো হৈ পৰিছে একো একোজন অভিনেতা। তাৰ মাজতে আকৌ এচামে দুঃসাহস কৰি ভিন্ন সময়ত মাতি আনিছে নিজৰ জীৱনলৈ বিপদ । এইবাৰ গোলাঘাটৰ  মৰঙী হাবিগাঁৱৰ গেজিং অঞ্চলত সংঘটিত হৈছে এক ঘটনা। এটা বান্ধি থোৱা ঘৰচীয়া হাতীৰ লগত ৰীলচ বনাবলৈ গৈ আক্ৰমণৰ বলি এজন যুৱক । যুৱকজনৰ নাম প্ৰীতম শইকীয়া । লগত কেইজনমান বন্ধুৰ সৈতে ঘৰচীয়া হাতীটোক এখন কলপাত দিবলৈ যাওঁতেই হাতীটোৱে অতৰ্কিটে শুৰেৰে আক্ৰমণ কৰে যুৱকজনক । আহত যুৱকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন