মুখ্যপৃষ্ঠা »খবৰ »অসম »নুমলীগড়ত বজ্ৰপাত পৰি এজন ১৮ বছৰীয়া যুৱকৰ কৰুণ যুৱকৰ মৃত্যু ...

নুমলীগড়ত বজ্ৰপাত পৰি এজন ১৮ বছৰীয়া যুৱকৰ কৰুণ যুৱকৰ মৃত্যু ...

নুমলীগড়ত বজ্ৰপাত পৰি এজন যুৱকৰ মৃত্যু । কেইবাটাও পশুধনৰো কৰুণ মৃত্যু । নুমলীগড়ৰ কাষৰীয়া গোলাঘাট জিলাৰ মৰঙী মৌজাৰ কৌৱানীত এই ঘটনা।

  • Share this:
নুমলীগড়ত বজ্ৰপাত পৰি এজন যুৱকৰ মৃত্যু । কেইবাটাও পশুধনৰো কৰুণ মৃত্যু । নুমলীগড়ৰ কাষৰীয়া গোলাঘাট জিলাৰ মৰঙী মৌজাৰ কৌৱানীত এই ঘটনা।

খেতি পথাৰত কাম কৰি থকা অৱস্থাত  বজ্ৰপাত পৰি এজন যুৱকৰ কৰুণ  মৃত্যু।যুৱকজনৰ বয়স ১৮ বছৰ বুলি জানিব পৰা গৈছে। দিনৰ ১১ মান বজাত প্ৰবল বৰষুণৰ লগতে হঠাতে অহা বিজুলী ধেৰেকনিত বজ্ৰপাত পৰাৰ ফলত পথাৰত কাম কৰি থকা অৱস্থাতে  ঋতু বাগ নামৰ যুৱকজনৰ বজ্ৰপাত পৰি মৃত্যু হয় ।মৃত যুৱকজনৰ ঘৰ মেৰাপানীৰ ৰতনপুৰ গাঁৱত বুলি জানিব পৰা গৈছে।মোমায়েকৰ ঘৰত  আলহী হিচাপে আছিল যুৱকজন। আৰু আজি মোমায়েকৰ খেতি পথাৰত সহায় কৰিবলৈ গৈছিল যুৱকজন ।আনহাতে উক্ত কৌৱানী পথাৰতে  কেইবাটাও  পশুধনৰো মৃত্যু হয় বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।  ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ যুৱক জনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

শেহতীয়া বাতৰি