உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নুমলীগড়ত মন্ত্ৰীয়ে উদ্বোধন কৰিবলৈ অহা আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণত বিসংগতি ! মন্ত্ৰীয়ে ঘোষণা কৰিলে তদন্ত ...

    নুমলীগড়ত মন্ত্ৰীয়ে উদ্বোধন কৰিবলৈ অহা আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণত বিসংগতি ! মন্ত্ৰীয়ে ঘোষণা কৰিলে তদন্ত ...

    নুমলীগড়ত মন্ত্ৰীয়ে উদ্বোধন কৰা আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণৰ বিসংগতি ধৰা পৰিল মন্ত্ৰীয়ে উদ্বোধন কৰা দিনাই । সাংবাদিকৰ অভিযোগৰ পিছতে বন্ধ কৰিলে ঠিকাদাৰৰৰ সকলো বিল ।

    • Share this:
    নুমলীগড়ত মন্ত্ৰীয়ে উদ্বোধন কৰা আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণৰ বিসংগতি ধৰা পৰিল মন্ত্ৰীয়ে উদ্বোধন কৰা দিনাই । সাংবাদিকৰ অভিযোগৰ পিছতে বন্ধ কৰিলে ঠিকাদাৰৰৰ সকলো বিল ।

    চাহ বাগিচা অঞ্চলত ৰাজ্য চৰকাৰৰ নিৰ্মাণ কৰা আদৰ্শ বিদ্যালয়ৰ গৃহ নিৰ্মাণত বিসংগতি। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই উদ্ধোধন কৰা দিনাই  নিৰ্মাণত হোৱা বিসংগতি ধৰা পৰিল বুকিয়াল আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ । কেমেৰাৰ সন্মুখতে অভিভাৱক মন্ত্ৰী গৰাকীয়ে ঠিকাদাৰৰ বকেয়া ধন বন্ধ কৰি তদন্তৰ ঘোষণা কৰে । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনালে বিভিন্ন দল সংগঠনে । নিৰ্মাণৰ পূৰ্বেই বিদ্যালয় গৃহৰ দেৱালত মেলিছে ফাঁট, শৌচাগাৰত ভৰ্তি হৈ আছে পানী।বিদ্যালয় গৃহ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল-সংগঠনে।  যি সময়ত  বাগিচা শিক্ষাৰ সোণালী যুগৰ সূচনা কৰা পৰিকল্পনা লৈছে সেই সময়তে  বিদ্যালয় নিৰ্মাণৰ নামত এনেদৰে চৰকাৰী ধনৰ লুণ্ঠন চলোৱা ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে  সেয়া হে হ'ব  লক্ষণীয় ।
    Published by:Kokil Sarma
    First published: