• Home
  • »
  • News
  • »
  • assam
  • »
  • নুমলীগড়ত বন্যহস্তীৰ ত্ৰাস, নিহত এজন!

নুমলীগড়ত বন্যহস্তীৰ ত্ৰাস, নিহত এজন!

নুমলীগড়ৰ সুন্দৰপুৰত বন্যহস্তীৰ ত্ৰাস

নুমলীগড়ৰ সুন্দৰপুৰত বন্যহস্তীৰ ত্ৰাস

নুমলীগড়ৰ সুন্দৰপুৰত বন্যহস্তীৰ ত্ৰাস

  • Share this:
    নুমলীগড়ৰ সুন্দৰপুৰত বন্যহস্তীৰ ত্ৰাস
    বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন
    নিহত লোকজনৰ নাম দেৱেশ্বৰ উৰাং
    হাতীৰ জাক খেদিবলৈ গৈছিল লোকজন
    সেই সময়তে লোকজনক আক্ৰমণ হাতীৰ
    দীৰ্ঘদিনে অঞ্চলটোত অব্যাহত হাতীৰ উপদ্ৰৱ
    Published by:Dulu Medhi
    First published:

    শেহতীয়া বাতৰি