• Home
  • »
  • News
  • »
  • assam
  • »
  • নুমলীগড়ত এজাক বৰষুণতে কৃত্ৰিম বানত বুৰিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ! পানীৰ মাজেৰে যাতায়াত শ শ যান-বাহনৰ ...

নুমলীগড়ত এজাক বৰষুণতে কৃত্ৰিম বানত বুৰিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ! পানীৰ মাজেৰে যাতায়াত শ শ যান-বাহনৰ ...

নুমলীগড়ত এজাক বৰষুণতে  কৃত্ৰিম বানত ডুবিল  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । একাঠু পানীৰ মাজেৰে যাতায়াত উজনি নামনিৰ শ শ যানবাহনৰ। কৃত্ৰিম বানত ডুবিল কেইবাখনো বিদ্যালয় ।

  • Share this:
নুমলীগড়ত এজাক বৰষুণতে  কৃত্ৰিম বানত ডুবিল  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । একাঠু পানীৰ মাজেৰে যাতায়াত উজনি নামনিৰ শ শ যান-বাহনৰ। কৃত্ৰিম বানত ডুবিল কেইবাখনো বিদ্যালয় ।

এজাক বৰষুণৰ পিছতে নুমলীগড় ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ কৃত্ৰিম বান। একাঠু পানীৰ ওপৰেদি অহা যোৱা কৰিব লগা হৈছে উজনি নামনিৰ শ শ যান বাহন। অবিজ্ঞানসন্মতভাৱে নলা নৰ্দমা নিৰ্মাণৰ বাবেই এই কৃত্ৰিম বান হোৱাৰ অভিযোগ একাংশৰ । চাৰি লেনযুক্ত পথৰ নিৰ্মান চলি থকা সময়ত অবিজ্ঞানসন্মত ভাৱে যধেমধে নলা নিৰ্মান কৰাৰ পৰিণাম ভুগিছে সৰ্বসাধাৰণ ৰাইজে। যাৰ বাবে সমগ্ৰ অঞ্চলটোত দুখনকৈ বিদ্যালয় নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নুমলীগড় গাৰ্লছ মধ্য ইংৰাজী বিদ্যালয় বুৰালে  কৃত্ৰিম বানে। এজাক বৰষুণ পিছতে নুমলীগড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পৰিস্থিতি।উজনি নামনি সংযোগী একমাত্ৰ পথটোৰ দুৰাৱস্থাই জলা কলা খুৱাইছে নুমলীগড়বাসীক।মূলতঃ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা বিষয়া কৰ্মচাৰীৰ গাফিলটিৰ বাবে বছৰ বছৰ ধৰি যন্ত্ৰণা ভোগ কৰিব লগা হৈছে নুমলীগড় বাসীৰ লগতে উজনি নামনিলৈ অহা যোৱা কৰা গাড়ী মটৰসমূহৰ যাত্ৰীসকলে। ইফালে চাৰিলেন যুক্ত পথ নিৰ্মানৰ বাবে পথৰ কাষত খন্দা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতসমূহত সঘনাই সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি