• Home
  • »
  • News
  • »
  • assam
  • »
  • গুনোৎসৱ নহয় ! চৰকাৰৰ গুনোৎসৱৰ পূৰ্বেই উপাধাক্ষ্য ডা: নোমল মমিনে বোকাজানৰ কেইবাখনো স্কুললৈ গৈ ছাত্ৰ ছাত্ৰীৰ সৈতে কৰিলে মত বিনিময় ...

গুনোৎসৱ নহয় ! চৰকাৰৰ গুনোৎসৱৰ পূৰ্বেই উপাধাক্ষ্য ডা: নোমল মমিনে বোকাজানৰ কেইবাখনো স্কুললৈ গৈ ছাত্ৰ ছাত্ৰীৰ সৈতে কৰিলে মত বিনিময় ...

চৰকাৰৰ গুনোৎসৱৰ পূৰ্বে বোকাজান সমষ্টিৰ বিজেপি বিধায়ক তথা অসম বিধান সভাৰ উপাধাক্ষ্য ডা: নোমল মমিনে নিজ সমষ্টিৰ বহু কেইখন স্কুললৈ গৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে দিঘলীয়া সময় মত বিনিময় কৰে।

  • Share this:
ৰাজ্য চৰকাৰৰ গুনোৎসৱ নহয়। চৰকাৰৰ গুনোৎসৱৰ পূৰ্বে বোকাজান সমষ্টিৰ বিজেপি বিধায়ক তথা অসম বিধান সভাৰ উপাধাক্ষ্য ডা: নোমল মমিনে নিজ সমষ্টিৰ বহু কেইখন স্কুললৈ গৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে দিঘলীয়া সময় মত বিনিময় কৰে।

অসম বিধান সভাৰ শীতকালীন অধিবেশনৰ অন্তত পবিত্ৰ বৰদিনৰ বাবে সমষ্টিৰ নিজ বাসগৃহলৈ যোৱা ডা: নোমল মমিনে সোমবাৰে প্ৰথমে বোকাজানৰ অন্তৰ্গত বংনেৰিয়া এল পি স্কুললৈ যোৱাৰ পিছত কাঠকটীয়া এল পি স্কুল আৰু শেষত টেৰাং গাও প্ৰাথমিক বিদ্যালয়লৈ গৈ ছাত্ৰ ছাত্ৰৰ সা সুবিধা তথা মনৰ কথা বুজ লয়। মঙলবাৰে বিধায়ক ডা: নোমল মমিনে বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈও যায়। দুটা দিনত চাৰিখন স্কুললৈ যোৱা বিধায়ক ড: নোমল মমিনে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে মতবিনিময় কৰি অভিভূত হৈ পৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

ছাত্ৰ ছাত্ৰী সকলক পঢ়া শুনাৰ লগতে খেলত মনোনিবেশ কৰিবলৈও আহ্বান জনাই বোকাজান সমষ্টিৰ বিজেপিৰ জনপ্ৰতিনিধি গৰাকীয়ে।
Published by:Kokil Sarma
First published: