জোখতকৈ কম তেল দিয়াৰ অভিযোগত ছীল ডবকা NRL তেল ডিপো

প্ৰশাসনে ছীল কৰিলে ডবকা NRL তেল ডিপো। জোখতকৈ কম তেল দিয়াৰ অভিযোগ গ্ৰাহকৰ।ইয়াকে কেন্দ্ৰ কৰি দিনৰ ভাগত হৈছিল উত্তেজনা। 

News18-Assam
Updated:July 7, 2019, 6:48 PM IST
জোখতকৈ কম তেল দিয়াৰ অভিযোগত ছীল ডবকা NRL তেল ডিপো
প্ৰশাসনে ছীল কৰিলে ডবকা NRL তেল ডিপো। জোখতকৈ কম তেল দিয়াৰ অভিযোগ গ্ৰাহকৰ।ইয়াকে কেন্দ্ৰ কৰি দিনৰ ভাগত হৈছিল উত্তেজনা। 
News18-Assam
Updated: July 7, 2019, 6:48 PM IST
প্ৰশাসনে ছীল কৰিলে ডবকা NRL তেল ডিপো। জোখতকৈ কম তেল দিয়াৰ অভিযোগ গ্ৰাহকৰ।ইয়াকে কেন্দ্ৰ কৰি দিনৰ ভাগত হৈছিল উত্তেজনা। গ্ৰাহকৰ ৰোষত পৰাৰ ভয়ংত কৰ্মচাৰীৰ পলায়ন। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ লোক। তদন্তৰ পিছতে প্ৰশাসনে ছীল কৰে তেল ডিপোটো।
আৰু চাওক পৰৱৰ্তী বাতৰি