মুখ্যপৃষ্ঠা » খবৰ

» অসম

»প্ৰতীক হাজেলাৰ জীৱনলৈ ভাবুকি, মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

প্ৰতীক হাজেলাৰ জীৱনলৈ ভাবুকি, মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

News18-Assam
Updated:October 18, 2019, 11:19 AM IST
প্ৰতীক হাজেলাৰ জীৱনলৈ ভাবুকি, মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
আজি উচ্চতম ন্যায়ালয়ত আছিল NRCৰ গোচৰৰ শুনানি। ন্যায়ালয়ে ২৬ নৱেম্বৰলৈ পিছুৱালে শুনানি।

আজি উচ্চতম ন্যায়ালয়ত আছিল NRCৰ গোচৰৰ শুনানি। ন্যায়ালয়ে ২৬ নৱেম্বৰলৈ পিছুৱালে শুনানি।

  • Share this:
প্ৰতীক হাজেলাৰ জীৱনলৈ ভাবুকি। মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। ৭ দিনৰ ভিতৰত বদলি কৰিব লাগিব NRCৰ ৰাজ্যিক সমন্বয়ক হাজেলাক। আজি উচ্চতম ন্যায়ালয়ত আছিল NRCৰ গোচৰৰ শুনানি। ন্যায়ালয়ে ২৬ নৱেম্বৰলৈ পিছুৱালে শুনানি। উল্লেখযোগ্য যে চূড়ান্ত NRC প্ৰকাশৰ পিছতে অসন্তুষ্ট হৈ পৰিছিল একাংশ লোক। চূড়ান্ত NRCত বাদ পৰিছিল ১৯ লাখ ৬ হাজাৰ ৬৫৭জন লোকৰ নাম। ১০০ শতাংশ পুনৰীক্ষণৰ বাবে আবেদন জনাইছিল অসম পাব্লিক ৱৰ্কছে। NRCত ব্যাপক খেলিমেলিৰ অভিযোগ তুলিছিল APW–এ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: October 18, 2019, 11:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি