
আজি উচ্চতম ন্যায়ালয়ত আছিল NRCৰ গোচৰৰ শুনানি। ন্যায়ালয়ে ২৬ নৱেম্বৰলৈ পিছুৱালে শুনানি।
আজি উচ্চতম ন্যায়ালয়ত আছিল NRCৰ গোচৰৰ শুনানি। ন্যায়ালয়ে ২৬ নৱেম্বৰলৈ পিছুৱালে শুনানি।
প্ৰতীক হাজেলাৰ জীৱনলৈ ভাবুকি। মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। ৭ দিনৰ ভিতৰত বদলি কৰিব লাগিব NRCৰ ৰাজ্যিক সমন্বয়ক হাজেলাক। আজি উচ্চতম ন্যায়ালয়ত আছিল NRCৰ গোচৰৰ শুনানি। ন্যায়ালয়ে ২৬ নৱেম্বৰলৈ পিছুৱালে শুনানি। উল্লেখযোগ্য যে চূড়ান্ত NRC প্ৰকাশৰ পিছতে অসন্তুষ্ট হৈ পৰিছিল একাংশ লোক। চূড়ান্ত NRCত বাদ পৰিছিল ১৯ লাখ ৬ হাজাৰ ৬৫৭জন লোকৰ নাম। ১০০ শতাংশ পুনৰীক্ষণৰ বাবে আবেদন জনাইছিল অসম পাব্লিক ৱৰ্কছে। NRCত ব্যাপক খেলিমেলিৰ অভিযোগ তুলিছিল APW–এ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|