• Home
  • »
  • News
  • »
  • assam
  • »
  • NRCত নিয়োজিত ‘Data Entry Operator’ ক চৰম প্ৰৱঞ্চনা, CAG ৰ প্ৰতিবেদনত ওলাল ভয়ংকৰ তথ্য

NRCত নিয়োজিত ‘Data Entry Operator’ ক চৰম প্ৰৱঞ্চনা, CAG ৰ প্ৰতিবেদনত ওলাল ভয়ংকৰ তথ্য

নিৰ্ধাৰিত দৰমহা কেইটাৰ নামত চলালে কেৱল শোষণ

নিৰ্ধাৰিত দৰমহা কেইটাৰ নামত চলালে কেৱল শোষণ

নিৰ্ধাৰিত দৰমহা কেইটাৰ নামত চলালে কেৱল শোষণ

  • Share this:
NRC ৰ কামত নিয়োজিত কৰ্মচাৰীক চৰম প্ৰৱঞ্চনা NRC। প্ৰাপ্য দৰমহা কেইটাৰ নামত কৰিলে কেৱল শোষণ। নিৰ্ধাৰিত দৰমহাৰ প্ৰকৃত তথ্য ঢাকি ৰাখি চলোৱা হ’ল লুণ্ঠন। CAG ৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।


Data Entry Operator ৰ দৰমহাৰ নামত বৃহৎ খেলিমেলি। প্ৰতিমাহে অপাৰেটৰসকলক ২০১৫ চনৰ ফ্ৰেব্ৰুৱাৰীলৈকেহে ৫০৫০ টকা প্ৰতিমাহে দিয়াৰ পিছত ২০১৭ চনত নৱেম্বৰ মাহলৈকে এই দৰমহা ৭৭২৫ টকালৈকে বৃদ্ধি কৰা হৈছিল।


কিন্তু প্ৰকৃত ধায্য কৰা দৰমহা আছিল অপাৰেটৰ ১, অপাৰেটৰ ২ আৰু ৰিচৰ্চ পাৰ্চনৰ কাৰণে ২০১৫ চনৰ  ফ্ৰেব্ৰুৱাৰীলৈকে প্ৰতিমাহে ক্ৰমে ১৩,৭৭৯ টকা, ১৩১২৩ টকা আৰু ১৪৯৮২.৩১ টকা। অৰ্থাৎ ডাটা এণ্ট্ৰী অপাৰেটৰক দৰমহা দিয়াৰ নামত বৃহৎ খেলিমেলি কৰিছিল NRC কৰ্তৃপক্ষই।

First published:

শেহতীয়া বাতৰি