কাইলৈ প্ৰকাশ পাব NRCৰ অতিৰিক্ত কৰ্তন তালিকা,তালিকাত নাম থাকিব NRCত বাদ পৰা লোকসকলৰ

News18
Updated:June 25, 2019, 4:03 PM IST
কাইলৈ প্ৰকাশ পাব NRCৰ অতিৰিক্ত কৰ্তন তালিকা,তালিকাত নাম থাকিব NRCত বাদ পৰা লোকসকলৰ
তালিকাত নাথাকে দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।

তালিকাত নাথাকে দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।

  • News18
  • Last Updated: June 25, 2019, 4:03 PM IST
  • Share this:
কাইলৈ প্ৰকাশ পাব NRCৰ অতিৰিক্ত কৰ্তন তালিকা। এই
তালিকাত নাম থাকিব NRCত বাদ পৰা লোকসকলৰ।
অযোগ্য বিবেচিত লোকৰ নাম থাকিব কৰ্তন তালিকাত।

কৰ্তন তালিকা মনোনীত NRC সেৱা কেন্দ্ৰত চাব পাৰিব।
অনলাইনযোগে www.nrcassam.nic.inত চাব পাৰিব এই কৰ্তন তালিকা।
উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়তো উপলব্ধ হ’ব তালিকাখন।
তালিকাত নাথাকে দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।

বাদ পৰাসকলে পুনৰ  নাম অন্তৰ্ভুক্তিৰ দাবী কৰিব পাৰিব।
নাম বাদ পৰা সকলো লোকলৈ জাননী জাৰি কৰা হ’ব ।
৩১ জুলাইত প্ৰকাশ পাব সম্পূৰ্ণ NRC।

 

 

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading