আজি প্ৰকাশ পাব NRCৰ অতিৰিক্ত কৰ্তন তালিকা, কেনেকৈ চাব আপোনাৰ নাম?

News18-Assam
Updated:June 26, 2019, 7:40 AM IST
আজি প্ৰকাশ পাব NRCৰ অতিৰিক্ত কৰ্তন তালিকা, কেনেকৈ চাব আপোনাৰ নাম?
অযোগ্য বিবেচিত লোকৰ নাম থাকিব কৰ্তন তালিকাত। কৰ্তন তালিকা মনোনীত NRC সেৱা কেন্দ্ৰত চাব পাৰিব।

অযোগ্য বিবেচিত লোকৰ নাম থাকিব কৰ্তন তালিকাত। কৰ্তন তালিকা মনোনীত NRC সেৱা কেন্দ্ৰত চাব পাৰিব।

  • Share this:
আজি প্ৰকাশ পাব NRCৰ অতিৰিক্ত কৰ্তন তালিকা। এই তালিকাত নাম থাকিব NRCত বাদ পৰা লোকসকলৰ। অযোগ্য বিবেচিত লোকৰ নাম থাকিব কৰ্তন তালিকাত। কৰ্তন তালিকা মনোনীত NRC সেৱা কেন্দ্ৰত চাব পাৰিব। অনলাইনযোগে www.nrcassam.nic.inত চাব পাৰিব এই কৰ্তন তালিকা। উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়তো উপলব্ধ হ’ব তালিকাখন। তালিকাত নাথাকে দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল। বাদ পৰা লোকসকলে পুনৰ  নাম অন্তৰ্ভুক্তিৰ বাবে দাবী কৰিব পাৰিব। নাম বাদ পৰা সকলো লোকলৈ জাননী জাৰি কৰা হ’ব। ৩১ জুলাইত প্ৰকাশ পাব সম্পূৰ্ণ NRC।
আৰু চাওক
পৰৱৰ্তী বাতৰি