এতিয়াৰে পৰা অসমীয়া ভাষাত উপলব্ধ হ’ব উচ্চতম ন্যায়ালয়ৰ ৰায়

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে এই নতুন প্ৰকল্প।

News18-Assam
Updated:July 4, 2019, 2:17 PM IST
এতিয়াৰে পৰা অসমীয়া ভাষাত উপলব্ধ হ’ব উচ্চতম ন্যায়ালয়ৰ ৰায়
দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে এই নতুন প্ৰকল্প।
News18-Assam
Updated: July 4, 2019, 2:17 PM IST
এতিয়াৰ পৰা অসমীয়া ভাষাত উপলব্ধ হ’ব উচ্চতম ন্যায়ালয়ৰ ৰায়সমূহ। কেৱল অসমীয়াই নহয়, গোটেইকেইটা আধুনিক ভাৰতীয় ভাষাত উপলব্ধ হ’ব সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়। Google text translation appৰ যোগেদি জুলাই মাহৰ পৰাই আৰম্ভ কৰা হ’ব এই অভিনৱ প্ৰকল্প। উচ্চতম ন্যায়ালয়ৰ নতুন বিল্ডিং মুকলি কৰাৰ দিনাই এই নতুন প্ৰকল্প দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মুকলি কৰাৰ কথা। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে এই নতুন প্ৰকল্প।
আৰু চাওক পৰৱৰ্তী বাতৰি