• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম এতিয়া এখন পংগু ৰাজ্যত পৰিণত হৈছে, ৰাজ্য চৰকাৰৰ পদত্যাগ দাবী কৰিছোঃ আমিনুল ইছলাম

অসম এতিয়া এখন পংগু ৰাজ্যত পৰিণত হৈছে, ৰাজ্য চৰকাৰৰ পদত্যাগ দাবী কৰিছোঃ আমিনুল ইছলাম

অসমৰ বিত্তীয় অৱস্থা একেবাৰে ধ্বংস হৈ গ'ল। অসম এতিয়া এখন পংগু ৰাজ্যত পৰিণত হৈছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰা ধিঙৰ AIUDF বিধায়ক আমিনুল ইছলামে।

  • Share this:
অসমৰ বিত্তীয় অৱস্থা একেবাৰে ধ্বংস হৈ গ'ল। অসম এতিয়া এখন পংগু ৰাজ্যত পৰিণত হৈছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰা ধিঙৰ AIUDF বিধায়ক আমিনুল ইছলামে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ পদত্যাগ দাবী কৰিছে।

"অসমৰ বিত্তীয় অৱস্থা একেবাৰে ধ্বংস হৈ গ'ল, অসম এতিয়া এখন পংগু ৰাজ্যত পৰিণত হৈছে" News18ৰ সন্মুখত এই মন্তব্য আগবঢ়াই ধিং সমষ্টিৰ এআইইউডিএফ বিধায়ক আমিনুল ইছলামে। আনকি চৰকাৰে নিজৰ চুড়ান্ত ব্যৰ্থতা স্বীকাৰ কৰিবই লাগিব বুলি হুংকাৰ দিয়ে সংখ্যালঘু বিধায়কগৰাকীয়ে। চৰকাৰৰ ব্যৰ্থতা, অকৰ্মণ্যতা আৰু ছিণ্ডিকেটৰাজৰ বাবে আজি ডিমা হাছাও, বৰাক উপত্যকা ধ্বংস হৈ গ'ল বুলি কয় AIUDFৰ বিধায়কগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি