১ ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠানলৈ যাব নালাগে শিক্ষক, শিক্ষা বিভাগে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

News18 Assam | News18-Assam
Updated:August 31, 2020, 10:59 PM IST
১ ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠানলৈ যাব নালাগে শিক্ষক, শিক্ষা বিভাগে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা
ফাইল ফটো

২১ ছেপ্টেম্বৰৰ পৰাহে যাব লাগিব শিক্ষানুষ্ঠানলৈ।

  • Share this:
অৱশেষত আঁতৰিলে জটিলতা! ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়লৈ যাব নালাগে শিক্ষকসকল। সোমবাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে। ১ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ২১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়লৈ যাব লাগিব শিক্ষকসকল। মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰিলে এই নতুন নিৰ্দেশনা।

ইফালে বৃদ্ধি কৰা হৈছে শিক্ষকৰ কোৰোণা পৰীক্ষাৰ সময়সীমা। ১৮ ছেপ্তেম্বৰলৈকে শিক্ষকসকলে কৰিব পাৰিব কোভিড পৰীক্ষা। শিক্ষানুষ্ঠানৰ অন্য কৰ্মচাৰীৰ ক্ষেত্রতো প্রযোজ্য হ’ব এই নিৰ্দেশনা। মহাবিদ্যালয়সমূহৰ বাবেও জাৰি কৰ হ’ল এই নিৰ্দেশনা।
Published by: Himangshu Bhuyan
First published: August 31, 2020, 10:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading