মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Mizoram Border Row: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমা বিবাদক লৈ মিজোৰামক দোষাৰোপ কৰি কয়, 'অসমৰ এক ইঞ্চিও মাটি এৰি দিয়া নহ'ব'...

Assam-Mizoram Border Row: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমা বিবাদক লৈ মিজোৰামক দোষাৰোপ কৰি কয়, 'অসমৰ এক ইঞ্চিও মাটি এৰি দিয়া নহ'ব'...

Kokil Sarma | News18-Assam
Updated:July 27, 2021, 3:34 PM IST
Assam-Mizoram Border Row: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমা বিবাদক লৈ মিজোৰামক দোষাৰোপ কৰি কয়, 'অসমৰ এক ইঞ্চিও মাটি এৰি দিয়া নহ'ব'...
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) মিজোৰামৰ সৈতে সীমান্ত বিবাদৰ (Interstate Border Dispute) মাজতে মিজোৰামক এক ইঞ্চিও ভূমি প্ৰদান কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) মিজোৰামৰ সৈতে সীমান্ত বিবাদৰ (Interstate Border Dispute) মাজতে মিজোৰামক এক ইঞ্চিও ভূমি প্ৰদান কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে।

  • Share this:
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) মিজোৰামৰ সৈতে সীমান্ত বিবাদৰ (Interstate Border Dispute) মাজতে মিজোৰামক এক ইঞ্চিও ভূমি প্ৰদান কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে। সোমবাৰে নিশা দুয়োখন ৰাজ্যৰ সীমান্তত হোৱা এক হিংসাত্মক সংঘৰ্ষত অসম আৰক্ষীৰ পাঁচজন জোৱান আৰু এজন অসামৰিক লোক নিহত হয়। শৰ্মাই মঙলবাৰে হিংসাত প্ৰাণ হেৰুওৱা আৰক্ষীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম চৰকাৰেও ভুক্তভোগীসকলক ৫০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

শিলচৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী শৰ্মাই কয়, 'অসমখনৰ এক ইঞ্চিও এৰি দিয়া নহ'ব। আৰু সীমান্তত থকা সকলো জোৱানক অসম চৰকাৰৰ হৈ অতিৰিক্ত এমাহৰ দৰমহা দিয়া হ'ব।'
Published by: Kokil Sarma
First published: July 27, 2021, 3:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি