মুখ্যপৃষ্ঠা »খবৰ »অসম »Principal Suspended: নিলম্বিত হ'ল উত্তৰ লখিমপুৰ কলেজৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়া

Principal Suspended: নিলম্বিত হ'ল উত্তৰ লখিমপুৰ কলেজৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়া

Principal Suspended: অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াই এগৰাকী ছাত্ৰীৰ সৈতে মেছেঞ্জাৰত অশালীন বাৰ্তালাপ কৰাৰ স্ক্ৰীণশ্বট ভাইৰেল হৈছিল।

  • Share this:
অৱশেষত নিলম্বিত হ'ল উত্তৰ লখিমপুৰ কলেজৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়া ৷
আজি এক নিৰ্দেশ যোগে উচ্চশিক্ষা সঞ্চালকে নিলম্বন কৰিছে অধ্যক্ষজনক ৷ তদন্ত প্ৰক্ৰিয়া নিয়াৰিকৈ চলাৰ স্বাৰ্থত গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ ইয়াৰ পুৰ্ব্বে মহাবিদ্যালয়ৰ গৱৰ্নিং বডিয়ে ১৫ দিনৰ বাবে বাধ্যতামূলক চুটি দিছিল ড° বিমান চন্দ্ৰ চেতিয়াক।

উল্লেখ্য যে অধ্যক্ষ চেতিয়াই এগৰাকী ছাত্ৰীৰ সৈতে মেছেঞ্জাৰত অশালীন বাৰ্তালাপ কৰাৰ স্ক্ৰীণশ্বট ভাইৰেল হোৱাৰ পিছতে বিমান চেতিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীয়ে।

বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হোৱাৰ পিছতে যোগে উচ্চশিক্ষা সঞ্চালকে নিলম্বন কৰিছে অধ্যক্ষজনক ৷

শেহতীয়া বাতৰি