• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো Eco-Friendly Cowdung Flowerpots For Nursery প্ৰকল্প মুকলি

সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো Eco-Friendly Cowdung Flowerpots For Nursery প্ৰকল্প মুকলি

সোণাপুৰৰ পাটৰকুছিস্থিত ধৰিত্ৰী নাৰ্চাৰীৰ চৌহদত নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপলিকেচন এণ্ড ৰিচাৰ্চে মুকলি কৰিলে ECO FRIENDLY COWDUNG POTS FOR NURSERY শীৰ্ষক এই বিশেষ প্ৰকল্পটি।

সোণাপুৰৰ পাটৰকুছিস্থিত ধৰিত্ৰী নাৰ্চাৰীৰ চৌহদত নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপলিকেচন এণ্ড ৰিচাৰ্চে মুকলি কৰিলে ECO FRIENDLY COWDUNG POTS FOR NURSERY শীৰ্ষক এই বিশেষ প্ৰকল্পটি।

গৰুৰ গোৱৰেৰে প্ৰস্তুত কৰা হ'ব সৌন্দৰ্য্যবৰ্ধনৰ বাবে ব্যৱহৃত টাব আৰু মাটিৰ চাকি। সোণাপুৰৰ পাটৰকুছিস্থিত ধৰিত্ৰী নাৰ্চাৰীৰ চৌহদত নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপলিকেচন এণ্ড ৰিচাৰ্চে মুকলি কৰিলে ECO FRIENDLY COWDUNG POTS FOR NURSERY শীৰ্ষক এই বিশেষ প্ৰকল্পটি।

  • Share this:
সোণাপুৰ, ১৭ আগ‍স্ট: সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো Eco-Friendly Cowdung Flowerpots For Nursery প্ৰকল্প মুকলি কৰা হয়। গৰুৰ গোৱৰেৰে প্ৰস্তুত কৰা হ'ব সৌন্দৰ্য্যবৰ্ধনৰ বাবে ব্যৱহৃত টাব আৰু মাটিৰ চাকি। সোণাপুৰৰ পাটৰকুছিস্থিত ধৰিত্ৰী নাৰ্চাৰীৰ চৌহদত নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপলিকেচন এণ্ড ৰিচাৰ্চে মুকলি কৰিলে ECO FRIENDLY COWDUNG POTS FOR NURSERY শীৰ্ষক এই বিশেষ প্ৰকল্পটি।

NECTAR সঞ্চালক প্ৰধান ড°অৰুণ কুমাৰ শৰ্মাই অত্যাধুনিক প্ৰযুক্তি-বিদ্যা সম্বলিত সমগ্ৰ ভাৰতৰ ভিতৰতে দ্বিতীয়টো আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বপ্ৰথম এই  প্ৰকল্পটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। গছপুলিসমূহ সংৰক্ষণৰ বাবে ব্যৱহৃত কৰা পলিবেগৰ পৰিৱৰ্তে গৰুৰ গোৱৰৰে নিৰ্মিত এই টাবৰ ব্যৱহাৰৰে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত থকা এই বিশেষ সংস্থাটোৱে। সমান্তৰালকৈ দাতিকাষৰীয়া অঞ্চলৰ গো-পালক সকলে গোৱৰ বিক্ৰীৰে জীৱিকাৰ এক নতুন সন্ধানো লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে ইয়াৰ সৈতে জড়িত ধৰিত্ৰী নাৰ্চাৰীয়ে।
Published by:Subham Goswami
First published: