உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দীৰ্ঘ সময়ৰ মূৰত হাতত বেট-বল তুলি ল’লে ৰাজেশ বৰা, পৰাগ দাস, জাভেদ জামান, জাকাৰিয়াই

    দীৰ্ঘ সময়ৰ মূৰত হাতত বেট-বল তুলি ল’লে ৰাজেশ বৰা, পৰাগ দাস, জাভেদ জামান, জাকাৰিয়াই

    প্ৰথমে বেটিং কৰি মিডিয়া ছুপাৰ কিংছ দলে মাত্ৰ ৯৬ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত প্ৰাক্তন ক্ৰিকেটাৰ দলে ৬ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।

    • Share this:
    গুৱাহাটীৰ জজ খেলপথাৰত পূৰ্ণগতিত চলি আছে তৃতীয় বৰ্ষৰ ৰাইচমোদী নুনিছা সোৱৰণী নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট প্ৰতিযোগিতা। সন্মানীয় প্ৰতিযোগিতাখনৰ দেওবাৰৰ এখন প্ৰীতি খেলত মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ দলে চাৰি উইকেটত জয়লাভ কৰিছে। প্ৰাক্তন ক্ৰিকেটাৰ দলটোক প্ৰতিনিধিত্ব কৰিছিল ৰাজেশ বৰা, পৰাগ দাস, সঞ্জীৱ নাৰায়ন, জাভেদ জামান, মৃগেন তালুকদাৰ, ছৈয়দ জাকাৰিয়া, তিলক দাস, আৰ বি ইন্দ্ৰজিৎ, মুকুট কলিতা, আকাশ চক্ৰৱৰ্তী, ভাস্কৰ জ্যোতি বৰ্মন, সীমান্ত নেওগ আৰু ছিতু দাসে।

    প্ৰথমে বেটিং কৰি মিডিয়া ছুপাৰ কিংছ দলে মাত্ৰ ৯৬ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত প্ৰাক্তন ক্ৰিকেটাৰ দলে ৬ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। খেলৰ শেষত বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে অসম ক্ৰিকেট সন্থাৰ সা সম্পাদক দেৱজিৎ শইকীয়া আৰু বিশিষ্ট ক্ৰীড়া সংগঠক ড০ বিষ্ণু ৰাম নুনিছাই। নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাখন ৪ ফেব্ৰুৱাৰীত সামৰণি পৰিব।
    Published by:Sanjay Kumar Das
    First published: