বান সাহায্যৰ নামত কৰিব নোৱাৰিব হাৰাশাস্তি, নিৰ্দেশনা কামৰূপ মহানগৰ উপায়ুক্তৰ

বিভিন্নজনৰ অভিযোগৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে।

News18-Assam
Updated:July 24, 2019, 2:50 PM IST
বান সাহায্যৰ নামত কৰিব নোৱাৰিব হাৰাশাস্তি, নিৰ্দেশনা কামৰূপ মহানগৰ উপায়ুক্তৰ
বিভিন্নজনৰ অভিযোগৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে।
News18-Assam
Updated: July 24, 2019, 2:50 PM IST
বান সাহায্যৰ নামত কোনো লোকক হাৰাশাস্তি কৰিব নোৱাৰিব। কোনো ব্যক্তি, প্ৰতিষ্ঠান, সংগঠনে জোৰ–জুলুমকৈ সংগ্ৰহ কৰিব নোৱাৰিব ধন। ৰাজপথতো অসাধুভাৱে ল’ব নোৱাৰিব ধন। এই নিৰ্দেশনা কামৰূপ(ম)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ। নিৰ্দেশনা অমান্য কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে। বিভিন্নজনৰ অভিযোগৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে।
আৰু চাওক পৰৱৰ্তী বাতৰি